সোনকালে কৰক Online Apply
যদি আপুনি এতিয়াও এটা চৰকাৰী ঘৰ লাভ কৰা নাই
চৰকাৰী ঘৰ পোৱা নাই যদি ভাল খৱৰ
সোনকালে কৰক Online Apply
যদি আপুনি এতিয়াও এটা চৰকাৰী ঘৰ লাভ কৰা নাই তেন্তে এতিয়া নাই কোনো চিন্তা।
CPGRAMS Portal ৰ জৰিয়তে কৰিব পাৰিব Online ।
চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবলৈ কি কি নথি পত্ৰ লাগিব জানি লওঁক
1/ ২০১১ চনৰ Census কাৰ্ড
2/ আধাৰ কাৰ্ড
3/ আধাৰ সংযোগ বেংক Account
4/ ভোটৰ আইডি কাৰ্ড
এতিয়া জানো আহক আবেদন প্ৰক্ৰিয়া
1/ PG Portal Open কৰক
2/ Sing in Option ত ক্লিক কৰক
এতিয়া আগৰ পৰা Registration কৰা আছে যদি Login কৰক অন্যথা Register ত ক্লিক কৰি Register কৰক
3/ এতিয়া Login কৰি কৰি
Grievance registration form
আপেন কৰক
4/ Rural Development , Option ত ক্লিক কৰক
5/ এতিয়া আবেদন কাৰিৰীৰ সকলো তথ্য সঠিককৈ বহাই উপৰত উল্লেখিত নতি পত্ৰ সৈতে Submitt কৰক ,
Online Apply Video Link 👇
বিদ্ৰো : মন কৰিব এইটো Website পৰা চৰকাৰী ঘৰৰ বাবে পুন পঠিয়াকৈ আবেদন কৰিব নোৱাৰি, মাত্ৰ চৰকাৰী ঘৰৰ বাবে অনুৰোধ হে জনাব পাৰিব
Comments
Post a Comment